আজিৰ ৰাশিফল জানোঁ আহক

1 min read

১. *মেষ ৰাশি* (অ,ল) : – মেষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, কৰ্মক্ষেত্ৰত উৎসাহ বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত নতুনকৈ যোগাযোগ হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি*( উ,ব,ই) : – বৃষ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত পুৰণি বিবাদ নিষ্পত্তি হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি* ( ক,ছ) : – মিথুন ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। ।

৪. *কৰ্কট ৰাশি*( ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ সকলৰ আজিৰ দিনটোত সুখ শান্তি বাঢ়িব, জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব ।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সাহস বিঢ়িব, বন্ধু বাঢ়িব, লগতে আজি আপোনাৰ আত্মীয় পৰিয়ালৰ সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।

৬. *কন্যা ৰাশি* (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত মনৰ পৰিবৰ্তন হ’ব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপুনি কৰ্মক্ষেত্ৰত জেষ্ঠ্য ব্যক্তিৰ পৰা সজাগ সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়। ( Horoscope Today )

৭. *তুলা ৰাশি* (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ মনোনিবেশ হ’ব, সমস্যাৰ সমাধান কৰিব পাৰি যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য দু:খ পোৱাৰ যোগ দেখা যায়।

৮. *বৃশ্চিক ৰাশি* (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু সান্নিধ্য লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায় ।

৯. *ধনু ৰাশি* (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ): – মকৰ ৰাশি জাতক – জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বন্ধু বান্ধবৰ পৰা সহায় সহযোগিতা লাভ কৰিব, আয় উপাৰ্জন বাঢ়িব, কৰ্মত সন্মান লাভ কৰিব, সম্পত্তি বাঢ়িব যদিও আজি আপুনি ভ্ৰমণৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ’ব।

১১. *কুম্ভ ৰাশি*(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকাসকলৰ আজি দিনটোত কৰ্মত সুখ শান্তি বাঢ়িব , ঘৰুৱা কৰ্মত সফলতা লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

You May Also Like

More From Author