মহাদেৱৰ পূজাৰ বাবে-পূজন সামগ্ৰীৰ লগতে ঠাইৰো বহুত মহত্ব আছে।মহাদেৱৰ পূজাৰ বাবে এনে স্থানৰ শয়ন কৰিব লাগে-যত চাফ-চিকূণ হয়,পবিত্ৰতা হয়। ( Religious Studies )
ঘৰৰ যি ঠাইত পূজাৰ কক্ষ আছে,সেই স্থানো চাফ-চিকূণতা আৰু পবিত্ৰতা ৰাখিব।এই সম্বন্ধে-এক কথা অনুসাৰে-এদিন দেৱী পাৰ্ৱতীয়ে মহাদেৱক সুধিলে যে-ভক্তি কৰাৰ সময়ত ভক্তসকলে বাতাবৰণ আৰু ঠাইৰো ধ্যান ৰাখিব লাগে!
কথা অনুসাৰে
এসময়ত এজন পণ্ডিতে বহুত পূজা-পাঠ কৰিছিল।কিন্তু তেওঁ শান্তি পোৱা নাছিল।সেই সময়ত এজন সন্তই সেই পণ্ডিতক কলে যে-এজন ছাগলী ৰখীয়া ব্যক্তিৰ পৰা-তুমি শান্তি পোৱাৰ উপায় পাব পাৰা! ( Religious Studies )
সন্তৰ কথা শুনি-পণ্ডিতজন সেই ছাগলী ৰখীয়া ব্যক্তিৰ কাষ পালেগৈ।ছাগলী ৰখীয়া ব্যক্তিজন ঘন অৰণ্যত বাস কৰিছিল।অৰণ্যত পশু-পখীৰ মাতে কলকলাই আছিল।নৈ আছিল বাবে-বুৱতী নদীৰ পানীৰ মাতো ভাহি আহিছিল।
সেই স্থানৰ বাতাবৰণ মনক শান্তি দিয়াৰ দৰে আছিল।সেই স্থানতে ছাগলী ৰখীয়াজন ধ্যানত বহি আছিল।পণ্ডিত তেওঁৰ কাষলৈ গল আৰু কলে যে-এই ঠাইৰ বাতাবৰণ বহুত দিব্য হয়।ইয়াৰ কাৰণ কি!
ছাগলী ৰখীয়াজনে কলে যে-ইয়াত এটা প্ৰাচীন শিৱ মন্দিৰ আছে।মন্দিৰৰ বাবেই এই সম্পূৰ্ণ ঠাই দিব্যতাৰ অনুভৱ হয়।এই ঠাইলৈ আহিলেই মন শান্ত হয়।