চন্দ্র–শুক্রৰ সহাৱস্থানৰ পিছত কাইলৈ পুনৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’বলৈ গৈ আছে সমগ্র পৃথিৱীবাসী৷ কাইলৈ আকাশত মঙল, বুধ, বৃহস্পতি, শুক্র আৰু ইউৰেনাছ– এই পাঁচটা গ্রহ একেডাল সৰলৰেখাত দেখিবলৈ পোৱা যাব৷ এই মহাজাগতিক দৃশ্য প্রত্যক্ষ কৰাৰ বাবে উদ্গ্রীৱ হৈ আছে মহাকাশবিদ আৰু কৌতূহলী লোকসকল৷ মঙলবাৰে আকাশত নিশা সৃষ্টি হ’ব লগা এই মহাজাগতিক পৰিঘটনা সন্দর্ভত ইতিমধ্যে পর্যালোচনা আৰম্ভ কৰিছে বিজ্ঞানীসকলে৷
আজি নিশাৰ আকাশত বিৰল মহাজাগতিক পৰিঘটনা
Posted on by GTM Desk
0 min read