Month: March 2023

নগাঁৱৰ মহ’খুলিত শোকাৱহ পথ দুৰ্ঘটনা ! দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এজন লোক

নগাঁৱৰ মহ’খুলিত শোকাৱহ পথ দুৰ্ঘটনা ! দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এজন লোক

সোমবাৰে নিশা নগাঁৱৰ পৰা ৰূপহীৰ ৰেলৱে ষ্টেচনলৈ গৈ থকা অৱস্থাত AS-02-DC-0437 নম্বৰৰ এখন টাটা মোবাইল বাহনে ত্ৰলোক্য নাথ বৰদলৈৰ AS-01-BV-2737 বাহন খনক খুন্দিয়াৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত কৰি