হনুমান চালিশা পাঠ কৰাৰ নিয়ম…

1 min read

যেতিয়া আপুনি হনুমান চালিশা পাঠ কৰিবলৈ বহিব-তেতিয়া হনুমান চালিশা কেতিয়াও আধৰুৱাকৈ নপঢ়িব।হনুমান চালিশা সম্পূৰ্ণ পাঠ কৰাৰ পাছতহে আপুনি বহাৰ পৰা উঠিব।চৌপাই কেইটাৰ উচ্চাৰণ ঠিক মতে কৰিব।হনুমান চালিশা পাঠ কৰাৰ আগতে-প্ৰভূ শ্ৰীৰাম আৰু মাতা সীতা সেৱা জনাব।( Religious Studies )

হনুমান চালিশা সদায় আসনত বহিহে পাঠ কৰিব।বীৰ হনুমানৰ মূৰ্তি তথা ফটো উত্তৰ পূৱ দিশত ৰাখিব।আৰু সম্পূৰ্ণ মনোযোগেৰে হনুমান চালিশা পাঠ কৰিব।বীৰ হনুমানক শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰিলে-আপুনি অনুভৱ কৰিব যে-বীৰ হনুমান আপোনাৰ আশে পাশে আছে।বীৰ হনুমানৰ সকলো ৰূপেই শুভ।কিন্তু আপোনাৰ সন্মুখত ৰাখিব বীৰ হনুমানে আৰ্শীবাদ দি থকা ফটো।লগতে পানীৰে ভৰ্তি তামৰ পাত্ৰ ৰাখিব।( Religious Studies )

প্ৰতিদিনে তিনিবাৰ হনুমান চালিশা পাঠ কৰিব।হনুমান জয়ন্তীৰ দিনা-হনুমান চালিশা ১০৮ বাৰ পাঠ কৰিলে বীৰ হনুমানৰ বিশেষ কৃপা লাভ কৰিব পাৰি।আৰু জীৱনৰ পৰা সকলো সংকট আঁতৰি যায়।হনুমান চালিশা পাঠ কৰি হোৱাৰ পাছত-তামৰ পাত্ৰত থকা পানীখিনি ঘৰত চটিয়াই দিব।ইয়াৰ ফলত সকলোবোৰ বেয়া দৃষ্টি আঁতৰ হব।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author