মেষ : আজি এনে এটা ঘটনা ঘটিব পাৰে যিটো আপোনাৰ স্বাৰ্থত নহ’ব পাৰে। স্বাস্থ্য আৰু খ্যাতিৰ বিষয়ে সতৰ্ক হ’ব। দিনটোত নিষ্ফল খৰধৰ হ’ব।
বৃষ : সৃষ্টিশীল প্ৰচেষ্টা সফল হ’ব। চৰকাৰৰ পৰা সমৰ্থন থাকিব। ব্যৱসায়িক পৰিকল্পনা সফল হ’ব। সামাজিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব।