Month: April 2023

অংকিতাৰ পক্ষত BJPৰ নেতৃত্ব, দোষীক শাস্তিৰ দাবী

অংকিতাৰ পক্ষত BJPৰ নেতৃত্ব, দোষীক শাস্তিৰ দাবী

সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিৰ নিৰ্যাতনৰ বলি হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড° অংকিতা দত্তৰ পক্ষত থিয় হৈছে BJPৰ নেতৃত্ব ৷ অংকিতাই বিচাৰিলে সহায় কৰাৰো আশ্বাস দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত

চীনক চেৰ পেলাই বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’লগৈ ভাৰত

চীনক চেৰ পেলাই বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’লগৈ ভাৰত

পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ এতিয়া চীন নহয়, আমাৰ নিজৰ দেশ ভাৰতহে। চলিত বৰ্ষৰ আৰম্ভণিতে বিশ্ব বিশেষজ্ঞসকলে ২০২৩ চনত ভাৰত সৰ্বাধিক লোকৰ দেশ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল আৰু এতিয়া ৰাষ্ট্ৰসংঘৰ জনসংখ্যা

মানচেষ্টাৰ মাৰাথনত শাৰী পিন্ধি ৪২.৫ কিলোমিটাৰ দৌৰিলে এগৰাকী ভাৰতীয় মহিলাই…

মানচেষ্টাৰ মাৰাথনত শাৰী পিন্ধি ৪২.৫ কিলোমিটাৰ দৌৰিলে এগৰাকী ভাৰতীয় মহিলাই…

ভাৰতীয়সকল ক’তো নিজৰ ক্ষমতা দেখুৱাবলৈ পিছ পৰি নাথাকে। ব্ৰিটেইনত এগৰাকী ভাৰতীয় মহিলাই সম্বলপুৰী শাৰী পিন্ধি মানচেষ্টাৰত ৪২.৫ কিলোমিটাৰ মাৰাথন দৌৰত অংশ লৈছিল। দৌৰৰ ছবিবোৰ যেতিয়া চৰ্চালৈ আহিল, তেতিয়া মানুহে চকু

যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অংকিতা দত্তই

যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অংকিতা দত্তই

যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে অংকিতা দত্তই নিৰ্যাতনৰ অভিযোগত দিছপুৰ থানাত গোচৰ তৰিলে অংকিতাই

প্ৰচণ্ড শিলাবৃষ্টি, বতাহ-ধুমুহাই পুনৰ জোকাৰিলে নলবাৰীৰ বৃহত্তৰ অঞ্চল

প্ৰচণ্ড শিলাবৃষ্টি, বতাহ-ধুমুহাই পুনৰ জোকাৰিলে নলবাৰীৰ বৃহত্তৰ অঞ্চল

প্ৰচণ্ড বতাহ ধুমুহা আৰু শিলাবৃষ্টিয়ে জোকাৰি গ’ল নলবাৰী । মঙলবাৰে নিশা অহা ধুমুহাৰ বিভীষিকা মাৰ নৌযাওঁতেই বুধবাৰে সন্ধিয়া পুনৰ শিলাবৃষ্টি আৰু বতাহ ধুমুহাই জোকাৰি গ’ল নলবাৰীৰ বৃহত্তৰ অঞ্চল। নলবাৰীৰ টিহু