চোৰে বিভিন্ন সময়ত চুৰ কৰিবলৈ বিভিন্ন পন্থা হাতত লয় । যিবোৰে কাণ্ডই হততে ৰাইজক হাঁহিৰ উপৰিও চিন্তা খোৰাক জোগাই । কেতিয়াবা যদি চোৰে চুৰি কৰি ৰান্ধি বাঢি খাই যোৱা খবৰ
Month: April 2023
চতিয়াত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুই বাইকৰ মুখামুখি সংঘৰ্ষত নিহত এজন ৷ নিহত লোকজন চতিয়াৰ বোকাবিলৰ চবিলাল চুব্বা বুলি জানিব পৰা গৈছে ৷ আনখন বাইকৰ চালকজনো আহত হৈছে দুৰ্ঘটনাটোত ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ মুম্বাইৰ ভাইল পাৰ্লেত অনুষ্ঠিত ‘মন কী বাত’ৰ ১০০ সংখ্যক শ্ব’ত অংশগ্ৰহণ কৰিব। কান্দিৱলীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে। বুধবাৰে কেন্দ্ৰীয়
পৰ্যটকসকলৰ বাবে সুখবৰ ! ১০ মে’ পৰ্যন্ত বাহাল থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী। এক নিৰ্দেশনা যোগে এই কথা সদৰী কৰিলে উদ্যান কৰ্তৃপক্ষই। শেহতীয়াকৈ ৩০ এপ্ৰিলত হাতী চাফাৰী বন্ধ কৰাৰ
শনিবাৰে হিমন্ত কেবিনেটে গ্ৰহণ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উপায়ুক্তসকলক মূল্যায়নৰ চৰ্তাৱলী, ঠিকাভিত্তিক কৰ্মচাৰীৰ বেতন বৃদ্ধি, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ পুঁজি আৱন্তন আদিৰে বহুকেইটা সিদ্ধান্ত লৈছে আজিৰ কেবিনেটে। নিৰ্দিষ্ট নিৰীক্ষণযোগ্য মাপকাঠিৰ ওপৰত