বীৰ হনুমানৰ চমৎকাৰী মন্ত্ৰ

1 min read

মংগলবাৰৰ দিনা-বীৰ হনুমানৰ বিশেষ পূজা অৰ্চনা কৰা হয়।মংগলবাৰৰ দিনা-বীৰ হনুমানৰ মন্ত্ৰৰ জাপ কৰিলে-বিশেষ লাভ হয়।এই মন্ত্ৰয়ে প্ৰতিটো কষ্টৰে পৰা মুক্তি দিয়ে।

*মংগলবাৰৰ দিনা-মংগল গ্ৰহ আৰু বীৰ হনুমানৰ ওপৰত সমৰ্পিত হয়।মংগলবাৰৰ দিনা বিধি-বিধানেৰে পূজা-অৰ্চনা কৰিলে-ভক্তসকলে প্ৰতিটো সমস্যাৰ পৰা মুক্তি পায়।মংগলবাৰৰ দিনা-বজৰংগবলীক প্ৰসন্ন কৰিবলৈ-উত্তম মনা হয়।মংগলবাৰৰ দিনা কৰা উপায়ৰ দ্বাৰা বজৰংগবলী প্ৰসন্ন হয় আৰু বজৰংগবলীৰ কৃপাৰ দ্বাৰা ভক্তসকলৰ সকলো কাম সৃদ্ধি হয়।

*বীৰ হনুমানৰ পূজাত মন্ত্ৰৰ জাপ বহুত মহত্বপূৰ্ণ মনা হয়।কষ্ট আৰু ৰোগৰ পৰা মুক্তি পাবলৈ-এই মন্ত্ৰ বহুত প্ৰভাৱশালী মনা হয়।

*বীৰ হনুমানৰ চমৎকাৰী মন্ত্ৰ-

১/ঔ দক্ষিণমুখায় পঞ্চমুখ হনুমন্তে কৰালবদনায়-

*মংগলবাৰৰ দিনা এই মন্ত্ৰৰ জাপ কৰিলে-ব্যক্তিৰ মনৰ পৰা ভয় নাইকিয়া হয়।এই মন্ত্ৰৰ জাপে-প্ৰেত,বাধা আৰু অন্য বেয়া শক্তিৰ পৰা ৰক্ষা কৰে।

২/নাৰসিংহায় ঔ হাঁ হি হু হৌ হঃ সকলভীত প্ৰেতদমনায় স্বাহা-

*বজৰংগবলীৰ এই মন্ত্ৰ বহুত লাভজনক।এই মন্ত্ৰৰ জাপ-২১বাৰ কৰিব লাগে।এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ শক্তি সকাৰত্মক শক্তি আহে।

৩/ঔঁ পূৰ্ৱকপিমুখায় পঞ্চমুখ হনুমন্তে-টং টং টং টং টং সকল শত্ৰু সংহৰণায় স্বাহা-

*এই মন্ত্ৰৰ জাপ প্ৰতি মংগলবাৰে আৰু শনিবাৰে কৰিব লাগে।এই ব্যক্তিৰ জাপৰ দ্বাৰা ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি হয় আৰু শত্ৰু সানি কৰিব নোঁৱাৰে।

৪/মৰ্কটেশা মহৎসা সৰ্বদুখ বিনাশণ-

*মংগলবাৰৰ দিনা এই মন্ত্ৰৰ জাপ-১০৮বাৰ কৰিব লাগে।এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ উন্নতি হয় আৰু চাকৰি ক্ষেত্ৰত অহা সকলো বাধা দূৰ হয়।

৫/মংগল ভৱন অমংগলহাৰী দ্ৰবহো স দশৰথ অজিৰ বিহাৰী-

*এই মন্ত্ৰৰ জাপ কৰিলে-ব্যক্তিৰ সকলো ধৰণৰ শাৰীৰিক আৰু মানসিক কষ্ট দূৰ হয় আৰু মনৰ কামনা আশা পূৰ্ণ হয়।এই মন্ত্ৰৰ জাপ প্ৰতিদিনে-কৰিলেও বিশেষ লাভ হয়।

৬/ঔঁ হং হনুমন্তে নমাহঃ-

*বীৰ হনুমানৰ এই মন্ত্ৰ বহুত লাভজনক মনা হয়।এই মন্ত্ৰৰ জাপৰ দ্বাৰা ব্যক্তিৰ সকলো ধৰণৰ কষ্ট আৰু ৰোগৰ পৰা মুক্তি পোৱা যায়।কাৰ্য্যত সফলতাৰ বাবে-এই মন্ত্ৰ বহুত লাভজনক।

You May Also Like

More From Author