কাঁ চলচ্চিত্ৰত উজলিল অসমৰ পাট কাপোৰ।

1 min read

কাঁ চলচ্চিত্ৰত উজলিল অসমৰ পাট কাপোৰ।

কাঁ চলচ্চিত্ৰত মহোৎসৱত ৰেড কাৰ্পেটত জিলিকিল সংযুক্তা দত্তই ডিজাইন কৰা মেখেলা-চাদৰ। অসমৰ পাট কাপোৰ পিন্ধিলে বিশ্বৰ আগশাৰীৰ মডেলে।

নিউয়ৰ্কৰ মিৰ্কা হাৱাৰ্ড, ইংলেণ্ডৰ ইংৰিদা ইলজিনে পিন্ধিলে অসমীয়া বস্ত্ৰ।

You May Also Like

More From Author