৪ৰ্থ দিনাও অব্যাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ

0 min read

📌 ৪ৰ্থ দিনাও অব্যাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ
📌 ১০ হাজাৰ বিঘা ভূমি উচ্ছেদৰ লক্ষ্য প্ৰশাসনৰ
📌 স্বইচ্ছাই দখলীকৃত ভূমি ত্যাগ কৰিছে একাংশই
📌 তাৰ পৰিৱৰ্তে অসন্তুষ্টি একাংশ বেদখলকাৰীৰ
📌 পুনঃসংস্থাপন অবিহনে উচ্ছেদক লৈ অসন্তুষ্টি
📌 উচ্ছেদস্থলীত মোতায়েন বিশাল আৰক্ষী বাহিনী
📌 আজি দৰঙৰ ১৬টা স্থানত চলিব উচ্ছেদ

You May Also Like

More From Author