Assamese News

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

1 min read

– ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক– ডিগবৈ ৰামনগৰৰ বোৱাৰী শিৱসাগৰ আমগুৰি জীয়ৰী অবিস্মিতা হাজৰিকা চাংমাইক প্ৰৱঞ্চকৰ অভিযোগত আটক কৰে ডিগবৈ আৰক্ষীয়ে

Assamese News Lifestyle

চৰাইদেউৰ ভাৰপ্ৰাপ্ত DTO ৰাজীৱ চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ!

1 min read

-চৰাইদেউৰ ভাৰপ্ৰাপ্ত DTO ৰাজীৱ চন্দ্ৰ বৰদলৈক গ্ৰেপ্তাৰ-CIDএ গ্ৰেপ্তাৰ কৰে ৰাজীৱ চন্দ্ৰ বৰদলৈক-বৰদলৈৰ বিৰুদ্ধে গাড়ীৰ পঞ্জীয়নৰ নামত দুৰ্নীতিৰ অভিযোগ-CIDৰ তদন্তত পোহৰলৈ আহিছিল এই তথ্য-চৰাইদেউ DTO কাৰ্যালয়ত […]

Assamese News Lifestyle

হাজোত লাটমণ্ডলৰ দালাল ধৰণী দাস গ্ৰেপ্তাৰ

0 min read

হাজোত লাটমণ্ডলৰ এটা দালালক গ্ৰেপ্তাৰ৷ গ্ৰেপ্তাৰ হোৱা দালালটো ধৰণী দাস৷ লাট মণ্ডলৰ হৈ দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ দাস৷ লাট মণ্ডল উৎপল কেম্প্ৰাইৰ হৈ দালালি কৰাৰ […]

Assamese News

চৰাইদেউৰ পৰিবহণ বিষয়া ৰাজীৱ বৰদলৈক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।

0 min read

চৰাইদেউৰ পৰিবহণ বিষয়া ৰাজীৱ বৰদলৈক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ পৰিবহণ বিষয়াজনক। অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত দুৰ্নীতিৰ আশ্ৰয় লৈ গ্ৰেপ্তাৰ ৰাজীৱ চন্দ্ৰ বৰদলৈ।

Assamese News Lifestyle

এতিয়াৰে পৰা মুক্ত শিক্ষাৰ জৰিয়তেও উপলব্ধ হ’ব B.Ed!

1 min read

এতিয়াৰে পৰা মুক্ত শিক্ষাৰ জৰিয়তেও উপলব্ধ হ’ব B.Edকৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিঃত উপলব্ধ হ’ব B.Ed ডিগ্ৰীমাধ্যম বিতৰ্ক: আছুৰে পুনৰ আলোচনাৰ পোষকতা শিক্ষা মন্ত্ৰীৰ‘চৰকাৰে শীঘ্ৰে আলোচনালৈ […]