তুলসীৰ ওচৰত এইসমূহ বস্তু থাকিব নালাগে

1 min read

এই কথা মন কৰিব লাগে যে-তুলসী উদ্ভিদ যি ঠাইত আছে,সেই ঠাই চাফ-চিকুন হব লাগে।যদি তুলসী শুকাই গৈছে বা মৰহি গৈছে-তেন্তে-ইয়াৰ কাৰণ অশুদ্ধতাৰ বাবেও হব পাৰে।সেইবাবে-প্ৰতিদিন-তুলসীৰ আশে-পাশে চাফ-চিকুন কৰিব লাগে।গাওঁত-আজিও মহিলাসকলে-প্ৰতিদিন তুলসীৰ আশে-পাশে গৰুৰ গোবৰ আৰু মাটিৰে লেপন দিয়ে।

*তুলসীৰ ওচৰত ঝাড়ু বা চেণ্ডেল-জোতা ৰাখিব নালাগে।বহুলোকে-তুলসীৰ লগত-অন্য ফুল-পাত ৰূপন কৰে,যি শুদ্ধ নহয়।তুলসী ঁটাৱত লগালে-সেই টাৱত অন্য ফুল-ৰূপন কৰিব নালাগে।ইয়াৰ দ্বাৰা তুলসী বিকাশ নহয়,আৰু তুলসী শুকাবলৈ ধৰে।জলত-গাখীৰ মিহলাই-তুলসীত জল দিলে-তুলসী স্বস্থ্য আৰু সেউজীয়া হৈ ধুনীয়া হৈ থাকে।

*ৰাত্ৰিত-তুলসীত জল দিব নালাগে!

বহুবাৰ দেখা যায় যে-আবেলি পৰত-বহুলোকে-তুলসীৰ তলত চাকি জ্বলোৱাৰ সময়ত-জল অৰ্পণ কৰে।আবেলি সময়ত-তুলসীক জল অৰ্পণ কৰাটো শুভ নহয়।তুলসীত-পুৱা স্নান কৰিয়েই-জল অৰ্পণ কৰিব লাগে।আৰু তুলসীৰ ওচৰত-পাত্ৰত পানী ৰাখিব নালাগে।তুলসীৰ তলত চাকি জ্বলালে-প্ৰতিদিনে-সেই চাকি নুমাই যোৱাৰ পাছত-তুলসীৰ তলৰ পৰা আঁতৰাই দিব লাগে।তুলসীৰ তলত-নুমাই যোৱা চাকি ৰাখিব নালাগে।

*চুলি মেলি-তুলসীৰ ওচৰলৈ যাব নালাগে!

প্ৰায়ে-মহিলায়ে-স্নান কৰাৰ পাছত-চুলি মেলি-তুলসীক জল দিবলৈ আহে।যি ভুল হয়।তুলসীক সদায়ে-ভগৱান বিষ্ণুৱে-বিবাহিত হৈ থাকিবলৈ বৰদান দিছে।আৰু সেইবাবে তুলসীক-ভগৱান বিষ্ণুৱে শিৰত স্থান প্ৰদান কৰিছে।সৌভাগ্য বৃদ্ধিৰ বাবে-চুলিক বান্ধি আৰু শিৰত সেন্দূৰ লৈ-তুলসীত জল অৰ্পণ কৰিব লাগে।চুলি মেলা থাকিলে-তুলসীত চুলি পৰিলে আৰু তিতা চুলিৰপৰা পানী পৰাৰ আশংকা থাকে-যাক শুভ মনা নহয়।

*চুনৰিৰ ৰাখিব লাগে ধ্যান-

ঘৰত-তুলসীক চুনৰি দি ৰখা হয়।কিন্তু এই কথা-ধ্যান ৰখা নহয় যে-তুলসীৰ চুনৰি বহু পুৰণি হৈ গলে-ফাটি যায়।একাদশী বা অন্য কোনো শুভ দিৱসত-তুলসীৰ চুনৰি সলনি কৰি দিব লাগে।

You May Also Like

More From Author