বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এজন যুৱকৰ।ৰহস্যজনক ভাৱে মৃত্যু হোৱা অসমৰ যুৱকজনৰ নাম ৰাজেশ দাস।উল্লেখ্য যে, কৰ্ম সংস্থাপনৰ বাবে বেংগালুৰুলৈ গৈছিল বদৰপুৰৰ ঘোঁৰামাৰা গাঁৱৰ ৰাজেশ দাস নামৰ যুৱকজন। তাতেই সূৰ্যনগৰৰ এটা কোম্পানীত কাম কৰিছিল তেওঁ। কিন্তু ৰহস্যজনক ভাৱে তাতেই মৃত্যু হোৱাত এতিয়া পৰিয়ালে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে।
বহিঃৰাজ্যত মৃত্যু হ’ল অসমৰ এজন যুৱকৰ!
Posted on by GTM Desk
1 min read
You May Also Like
নাচি থাকোঁতেই মঞ্চত ঢলি পৰি যুৱতীৰ অকাল মৃত্যু
October 18, 2024
সলনি হ’ব ৰে’লৱে টিকট ৰিজাৰ্ভেচন প্ৰক্ৰিয়া
October 17, 2024
আলফা (স্বাঃ)ত যোগদানৰ সন্দেহ প্ৰাক্তন আছু নেতা লিখন বৰুৱাৰ
October 17, 2024
More From Author
নাচি থাকোঁতেই মঞ্চত ঢলি পৰি যুৱতীৰ অকাল মৃত্যু
October 18, 2024
Tamannaah Bhatia Questioned by ED in Guwahati Over HPZ App Scam
October 17, 2024