সোমবাৰৰ পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি

1 min read

🔴সোমবাৰৰ পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি
🔴সকলো বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা পাঠদানৰ নিৰ্দেশ
🔴প্ৰাথমিক বিদ্যালয়ত ১২ বজালৈ, মাধ্যমিক বিদ্যালয়ত ১২.৩০ বজালৈ হ’ব পাঠদান
🔴হাইস্কুলসমূহত দিনৰ ১ বজালৈ পাঠদানৰ নিৰ্দেশ প্ৰশাসনৰ

You May Also Like

More From Author