অপেক্ষাৰ অন্তত অৱশেষত মুক্তি পালে শ্ৰীৰঘুপতি ।

1 min read

অপেক্ষাৰ অন্তত অৱশেষত মুক্তি পালে শ্ৰীৰঘুপতি

ৰঙিয়াত মুক্তিৰ দিনাই দৰ্শকৰ ব্যাপক সহাৰি ।

ৰঘুপতি চাবলৈ আহিল বিভিন্ন প্ৰান্তৰ দৰ্শক ।

হাউচফুল হল প্ৰথম দৰ্শনী

ৰঙিয়াৰ ডিলাইট চিনেমা হল’ত টিকটৰ বাবে হেতা-ওপৰা ।

ৰবি শৰ্মাৰ চিনেমা চাবলৈ আহিল অসংখ্য গুণমুগ্ধ ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান

You May Also Like

More From Author