তিনিসুটি আৰক্ষীয়ে আটক কৰিলে চাৰিতাকৈ ছাগলী চোৰক

1 min read

বিহালীত বৰজাৰণীত দীঘদিন ধৰি ছাগলী চুৰে আতংক সৃষ্টি কৰি অহাৰ সময়তে তিনিসুটি আৰক্ষীৰ আটক কৰিলে চাৰি তাকৈ চোৰক । তিনিসুটি আৰক্ষীৰ সাফল্য । দীৰ্ঘ দিন ধৰি ছাগলী চুৰ কৰি আতংক সৃষ্টি কৰা চাৰিটাকৈ চুৰ ক আটক তিনিসুটি আৰক্ষীৰ । আজি তিনিসুটি আৰক্ষীয়ে এক বিশেষ সূত্ৰে পম খেদি নাকাচেকিং কৰি থকাৰ সময়তে নাকাচেকিং কৰি থকা দেখা পাই ছাগলী চুৰৰ বাহন খন উভতাই লৈ যায় আৰু লগে লগে ৰাইজৰ সহযোগত তিনিসুটি আৰক্ষীয়ে খেদি খেদি জব্দ কৰে AS02T3945 নম্বৰৰ চুইভ বাহন খন আৰু আটক কৰে ৪জন ছাগলী চুৰ ক । আটক কৰা ছাগলী চুৰ কেইটাৰ নাম ক্ৰমে- সোণটি আলি , আনোৱাৰা, বাবু আৰু নুৰুল । চুৰ কেইটাৰ ঘৰৰ চতিয়া ৰ চৰাইজনীত বুলি জানিব পৰা গৈছে ।

বিশ্বনাথ ৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট

You May Also Like

More From Author