বঙাইগাঁও জিলাৰ বৃহত্তৰ মানিকপুৰ অঞ্চলত বিছাৰ সন্ত্ৰাস

0 min read

-বঙাইগাঁও জিলাৰ বৃহত্তৰ মানিকপুৰ অঞ্চলত বিছাৰ সন্ত্ৰাস
🔷 খেতি পথাৰ তহিলং কৰি ঘৰে ঘৰে সোমাইছে ৰঙা বিছা।
🔷 মৰাপাটৰ খেতি, ধাননি পথাৰ, দমকল, বিছনা, চকী সকলোতে বিছা।
🔷 বিছাৰ বাবে আঠুৱাৰ ভিতৰত সোমাই থাকিব লগা হৈছে অঞ্চলবাসী।

You May Also Like

More From Author