মানুহৰ পূৰ্বপুৰুষৰ ৩ মিলিয়ন বছৰৰ পূৰ্বেই আবিৰ্ভাৱ কেনিয়াৰ নায়াংগা প্ৰত্নতাত্বিক অঞ্চলত ৩.০৩২ ৰ পৰা ২.৫৮১ মিলিয়ন বছৰ আগতে হ’ম’ছেপিয়েনছৰ পূৰ্বপুৰুষে ব্যৱহাৰ কৰা সৰঞ্জামৰ সন্ধান পোৱা গৈছে৷ এই আৱিষ্কাৰৰ ফলত মানুহৰ
Month: July 2023
ট্ৰাইবেল সংঘক সকিয়নী কোচ ৰাজবংশী সন্মিলনীৰ। কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘই বাধাৰ সৃষ্টি কৰাৰ বিস্ফোৰক অভিযোগ কোচ ৰাজবংশী সন্মিলনীৰ। বৃহৎ জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে
বৰপেটাৰোডত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শনিবাৰে পুৱা ৯:৩০ মান বজাত বি এইছ কলেজৰ সমীপৰ ১০মাইলত তীব্রবেগী আলট্ৰা বাছে মহতিয়াই নিয়ে দুই বাইক আৰোহীক৷ পুৱা বৰপেটাৰোডৰ পৰা গুৱাহাটী অভিমুখী AS14 AC
বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে বিভিন্ন দল-সংগঠনৰ সহযোগত শনিবাৰে এক প্ৰতিবাদী
অনিৰ্দিষ্ট সময়ৰলৈকে কমলাবাৰী নিমাতি ফেৰী সেৱা বন্ধৰ ঘোষণা। ব্রহ্মপুত্রত জলস্তৰ বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ। অফলামুখ নিমাতিৰ মাজত গুটীয়া ফেৰী সেৱা বন্ধৰ ঘোষণা কৰিছে বিভাগটোয়ে। বাৰিষা আগমনৰ