মুকলি হ’ল আমিনগাঁওস্থিত বেডমিণ্টন ষ্টেডিয়াম

0 min read

🔘 ষ্টেডিয়াম মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

🔘 উপস্থিত দেশৰ কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ

🔘 ৪০ হাজাৰ বৰ্গফুট পৰিসৰৰ প্ৰথমটো বেডমিণ্টন কেন্দ্ৰ

🔘 ভাৰতৰ ভিতৰত সৰ্ববৃহৎ ষ্টেডিয়ামখনত আছে ১৬খন ক’ৰ্ট

🔘 ৩,৫০০ দৰ্শক বহিব পৰাকৈ আছে গেলেৰী

🔘 ৬৪ খেলুৱৈ, ২০ প্ৰশিক্ষক থাকিব পৰাকৈ আছে আৱাসগৃহ

You May Also Like

More From Author