🔷 পৰিৱেশ আৰু বন বিভাগৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি
🔷 প্লাষ্টিকমুক্ত কৰাৰ লক্ষ্যৰে লোৱা হৈছিল এই সিদ্ধান্ত
🔷 এই সিদ্ধান্তৰ পিছতেই সৃষ্টি হৈছিল ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া
🔷 ২ অক্টোবৰৰ পৰা দোকানে দোকানে চলিব অভিযান
🔷 ১০ টকীয়া পানী বটল বিক্ৰী কৰিলে পৰিব বিপদত