আজি ৰাজ্যত ধাৰাষাৰ বৰষুণ লগতে বজ্ৰপাতৰো আশংকা, কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

0 min read

🔵 ধুবুৰী, দঃ শালমাৰা, মানকাচাৰ, কোকৰাঝাৰ

🔵 গোৱালপাৰা, বঙাইগাঁও, নলবাৰীত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

🔵 কামৰূপ, কামৰূপ (মঃ), দৰং, মৰিগাঁও, হোজাইতো হ’ব বৰষুণ

🔵 মেঘালয়তো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা

🔵 দেশৰ আন কেইবাখনো জিলাত জাৰি কৰা হৈছে সতৰ্কবাণী

🔵 ওড়িশাত ৰেড এলাৰ্ট, ছত্তীগড়ত অৰেঞ্জ এলাৰ্ট জাৰি

You May Also Like

More From Author