নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১জন

1 min read

🔴জানিব পৰা মতে, তীব্ৰ বেগেৰে আহি আছিল ট্ৰাকখন
🔴তীব্ৰ বেগী ট্ৰাকখনে এখন চিটি- বাছসহ ৪খনকৈ বাইক মহতিয়াই নিয়ে
🔴ঘটন‍াটোত ১গৰাকী লোক আহত হোৱাৰ লগতে কেইবাজনো আহত হয়
🔴নিহত লোকজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই
🔴দুৰ্ঘটনাৰ ফলত উৰণসেতুখনৰো ক্ষতিসাধন হয়, ডিভাইডাৰ,ৰেলিঙৰ লগতে বৈদ্যুৎ পৰিবাহী খুঁটা ক্ষতিগ্ৰস্ত হয়
🔴দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকসহ চলকজনে পলায়ন কৰে

You May Also Like

More From Author