Advertisement

Month: September 2023

এছিয়ান গেমছত পুনৰ ৰূপৰ পদক ভাৰতৰ, ছেইলিঙত নেহা ঠাকুৰৰ পদক

এছিয়ান গেমছত পুনৰ ৰূপৰ পদক ভাৰতৰ, ছেইলিঙত নেহা ঠাকুৰৰ পদক

এছিয়ান গেমছৰ তৃতীয় দিনাও পদক অহা আৰম্ভ কৰিছে ভাৰতৰ। ১৭ বছৰীয়া কিশোৰী নেহা ঠাকুৰে আঁজুৰি আনিলে ৰূপৰ পদক। Dinghy – ILCA 4 কেটেগৰীত ১১ ৰেচৰ পিছত ২৭ পইণ্ট পালে নেহাই।

এছিয়ান গেমছত আজি ৰিঙত নামিব লাভলিনা

এছিয়ান গেমছত আজি ৰিঙত নামিব লাভলিনা

এছিয়ান গেমছত (Asian Games 2023) আজি একাধিক ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ খেলুৱৈসকলে অংশ ল’ব। ভাৰতৰ খেলুৱৈসকলে বক্সিং (Boxing) আৰু শ্বুটিঙৰ (Shooting game) পৰা আৰম্ভ কৰি ইস্পোৰ্টছ আৰু চেইলিংলৈকে সকলোতে প্ৰতিযোগিতাৰ বাবে

প্ৰেমিকাৰ সৈতে কাজিয়া! শৌচাগাৰত নিজকে শেষ কৰিলে যুৱকে, গুৱাহাটীৰ নুনমাটিত চাঞ্চল্য

প্ৰেমিকাৰ সৈতে কাজিয়া! শৌচাগাৰত নিজকে শেষ কৰিলে যুৱকে, গুৱাহাটীৰ নুনমাটিত চাঞ্চল্য

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। চিপ লোৱা অৱস্থাত শৌচাগাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। নুনমাটিৰ জয়ন্ত নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। যুৱকজন কোকৰাঝাৰৰ ৰাজা নাৰ্জাৰী বুলি জানিব পৰা গৈছে। বামুণীমৈদাম স্থিত