🔷 প্রতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি কৰা হয় বিদ্যুতৰ মাচুল।
🔷 দেওবাৰৰ পৰাই বলৱৎ হ’ব নতুন নিৰিখ।
🔷 ৩০০ ইউনিটলৈ বৃদ্ধি পাব ৩০ পইচাকৈ।
🔷 ৩০১–৫০০ ইউনিটলৈ বৃদ্ধি পাব ৫০ পইচাকৈ।
🔷 ৫০০ৰ অধিক ইউনিটত বৃদ্ধি পাব ১.২৯ টকাকৈ।
🔷 লগতে বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্রত বাঢ়িব ১.২৯টকাকৈ।
অক্টোবৰৰ পৰা পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল!
Posted on by GTM Desk
0 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024