গ্ৰীষ্ম কালছোৱাত সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ কেতিয়াবা জোখতকৈ বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷ সেইবাবে শৰীৰৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷
Month: October 2023
আজি-কালি বহুতকে কিডনী ষ্টোনৰ সমস্যাত ভোগা দেখা যায়৷ শৰীৰ সুস্থ ৰাখিবলৈ হ’লে কিড্নীৰ যতন লোৱাটো অত্যন্ত জৰুৰী৷ কিড্নী ভালে ৰাখিবলৈ কেতবোৰ নিয়ম মানি চলিব লাগে৷ শৰীৰৰ তেজ পৰিশোধনৰ অংগ হৈছে
বাঁহ গছৰ গুৰিৰ পৰা নতুনকৈ ওলোৱা কুমলীয়া গজালিক বাঁহ গাজ বুলি কোৱা হয়৷ বাঁহ গাজৰ পৰা খৰিছা প্ৰস্তুত কৰা হয়৷ বাঁহ গাজ সৰু সৰুকৈ কাটি পাচলি হিচাপে, আচাৰ হিচাপে খাদ্য
নহৰু প্ৰাচীন কালৰ পৰাই ঔষধ হিচাপে ব্যৱহৃত হৈ আহিছে৷ বিশ্বৰ প্ৰায় সকলো ঠাইতে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে নহৰু ঔষধৰূপে ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্বলতা ধৰি ৰখাৰ ক্ষেত্ৰত নহৰুৰ বিকল্প প্ৰায়
বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে ১৫ অক্টোবৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব৷ বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষৰ সৈতে