আগন্তুক ৩ ঘণ্টাত ঘূৰ্ণীবতাহ মিধিলিয়ে লব ভয়াৱহ ৰূপ,বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট

1 min read

আগন্তুক ৩ ঘণ্টাত ঘূৰ্ণীবতাহ মিধিলিয়ে লব ভয়াৱহ ৰূপ।

 

বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট।

 

অসমৰ লগতে উত্তৰ-পূবৰ কেইবাটাও প্ৰান্তত হব মুষলধাৰ বৰষুণ।

 

৮৫ কিলোমিটাৰ প্ৰতিঘণ্টাত বলিব বতাহ।

 

পশ্চিমবংগ আৰু বাংলাদেশত হাইএলাৰ্ট

You May Also Like

More From Author