যোৰাবাটত চোৰাং গৰু সহ সৰবৰাহকাৰীক আটক…

1 min read

মহানগৰীৰ পাশ্বৰ্ৱতী যোৰাবাটত আৰক্ষীৰ অভিযানত জব্দ এখন ট্ৰাক সহ ৪৪টা চোৰাং গৰু। লগতে আটক কৰে দুই সৰবৰাহকাৰীক ৷

উল্লেখ্য যে,নগাঁৱৰ পৰা বৰ্ণিহাটলৈ নিয়াৰ বাবে এচ-১৭-চি-৫৫৯১ নম্বৰৰ ট্ৰাক খনৰে সৰবৰাহ কৰিছিল গৰুকেইটা। ধৃত চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ নাম আমিনুল হক আৰু মাফিজুল খান ৷

ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে ৷

You May Also Like

More From Author