কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ T-20 মেচৰ বাবে পথ নিৰ্দেশনা আৰক্ষীৰ

1 min read

🔵 NH-27 আৰু NH-17ত মালবাহী বাহনৰ চলাচল নিষিদ্ধ।

🔵 ২৭ নবেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ২৮ নৱেম্বৰৰ নিশা ১২বজালৈ বলবৎ‍ থাকিব এই নিৰ্দেশনা।

🔵 AK আজাদ ৰোড, AK দেৱ ৰোডতো বাহাল থাকিব এই নিৰ্দেশনা।

🔵 লগতে তিনিচকীয়া বাণিজ্যিক বাহনৰ ক্ষেত্রতো প্রযোজ্য হ’ব এই নিৰ্দেশনা।

🔵 ২৮ নবেম্বৰত AK আজাদ ৰোড (লখৰা পথ) ওৱান ৱে’।

🔵 চাইকেল ফেক্টৰী হৈ লখৰা চাৰিআলি অভিমুখে যাব পাৰিব বাহন।

🔵 কাৰ পাছ থকা সকলৰ বাদে আন বাহন লখৰা চাৰিআলিৰে প্রৱেশত বাধা।

🔵 স্কুল বাছ, আপাতকালীন বিভাগৰ বাহন, অগ্নিনিৰ্বাপকৰ বাহনৰ ক্ষেত্রত নাথাকিব বাধা।

🔵 ২৮ নৱেম্বৰত বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনি আলিলৈ ওৱান ৱে’।

🔵 কাৰ পাছ নথকা বাহন বৰ্ষাপাৰা তিনি আলিৰে প্রৱেশ কৰিব নোৱাৰিব।

🔵 ধীৰেনপাৰা তিনি আলি হৈ বৰ্ষাপাৰা ষ্টেডিয়ামলৈ বাহন প্রৱেশ কৰিব নোৱাৰিব।

You May Also Like

More From Author