■মুকালমুৱাৰ 4 নং বৰতলাত পথ দুৰ্ঘটনা।
■দূৰ্ঘটনাটোত তিনিজনকৈ লোক গুৰুতৰ ভাবে আহত হয়।
■আহত লোক কেইজনক ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।
■দুখন দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
■আহত তিনিজন ক্ৰমে হিৰণ্য দাস(২৬), আনাৰ আলী(২৬) আৰু আব্দুচ চালাম(২৮)।
■আহত তিনিওজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও ইয়াৰে দুজনৰ আঘাত গুৰুতৰ হোৱা বাবে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।
■দুৰ্ঘটনাত পতিত দুচকীয়া বাহন দুখনৰ নম্বৰ AS 14Q 9515 আৰু AS 25 E 7633 বুলি জানিব পৰা গৈছে।
বৰক্ষেত্ৰীৰ পৰা ৰিপোৰ্ট