Month: November 2023

১১ কোটি ৫০ লাখ পানকাৰ্ড নিষ্ক্ৰিয়, আপোনাৰ পানকাৰ্ডখনো নিষ্ক্ৰিয় হৈছে নেকি?

১১ কোটি ৫০ লাখ পানকাৰ্ড নিষ্ক্ৰিয়, আপোনাৰ পানকাৰ্ডখনো নিষ্ক্ৰিয় হৈছে নেকি?

দেশত নিষ্ক্ৰিয় কৰা হৈছ ১১ কোটি ৫০ লাখ পানকাৰ্ড। হঠাৎ নিষ্ক্ৰিয় হৈ পৰিছে পানকাৰ্ডসমূহ। হাহাকাৰ লাগিছে দেশৰ ১১ কোটিতকৈয়ো অধিক জনতাৰ। ক’তো ব্যৱহাৰ কৰিব পৰা নাই পানকাৰ্ডসমূহ। আধাৰ কাৰ্ডৰ পাছতেই

২৪ লাখ বন্তি, লেজাৰ শ্ব’ আৰু নতুন বিশ্ব অভিলেখ…

২৪ লাখ বন্তি, লেজাৰ শ্ব’ আৰু নতুন বিশ্ব অভিলেখ…

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পাটিল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত শ্ৰীৰাম চন্দ্ৰৰ জন্মস্থলী অযোধ্যাত শনিবাৰে সন্ধিয়া ২২ লাখৰো অধিক বন্তি জ্বলাই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে। এই

কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

মেৰাপানীত সংঘটিত হৈছে এক জঘন্য কাণ্ড।ধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী। অভিযোগ অনুসৰি অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলাই কিশোৰী গৰাকীৰ আত্মীয় তথা সোনটি বৰা নামৰ বিবাহিত যুৱকজনে। ঘটনাৰ বিৱৰণী অনুসৰি

নৃত্য প্ৰশিক্ষণৰ নামত ছাত্ৰীক যৌন নিৰ্যাতন ২ ভাতৃৰ

নৃত্য প্ৰশিক্ষণৰ নামত ছাত্ৰীক যৌন নিৰ্যাতন ২ ভাতৃৰ

গোলাঘাটত নৃত্য প্ৰশিক্ষণৰ নামত ছাত্ৰীক প্ৰশিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ এটা ঘটনা পোহৰলৈ আহিছে। ভুক্তভোগী যুৱতী গৰাকীৰ অভিযোগ অনুসৰি ২ অভিযুক্তৰ ভিতৰত এজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ৰঙাঘৰলৈ পঠিয়ালে যদিও এজন অভিযুক্ত