🔴২০২৪ৰ ১ জানুৱাৰীৰ পৰা মহানগৰীৰ ৰাজপথত চলিব E-BUS
🔴গুৱাহাটী আহি পালেহি ইলেকট্ৰিক চিটী বাছসমূহ
🔴প্ৰতিখন বাছৰ দাম ১ কোটিৰ পৰা ১.২০ কোটি টকা
🔴গুৱাহাটীৰ ৫টাকৈ স্থানত নিৰ্মাণ কৰা হৈছে চাৰ্জিং পইণ্ট
২০২৪ৰ ১ জানুৱাৰীৰ পৰা মহানগৰীৰ ৰাজপথত চলিব E-BUS
Posted on by GTM Desk
1 min read