Year: 2023

অসমৰ গামোছাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI-TAGৰ প্ৰমাণপত্ৰ

অসমৰ গামোছাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI-TAGৰ প্ৰমাণপত্ৰ

অসমৰ গামোছাক আনুষ্ঠানিকভাৱে GI TAG প্ৰদান। মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰিলে প্ৰমাণপত্ৰ। সৰুসজাইত আজি উখল মাখল পৰিৱেশৰ মাজতে এই প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। GI-REG পেটেণ্টৰ কন্ট্ৰোলাৰ জেনেৰেল আজি আনুষ্ঠানিকভাৱে অসমৰ গামোছাৰ