Year: 2023

অসম বিধানসভাৰ পৰৱর্তী অধিৱেশন কোকৰাঝাৰত

অসম বিধানসভাৰ পৰৱর্তী অধিৱেশন কোকৰাঝাৰত

বিধায়িনী প্রক্রিয়া সম্পর্কে সকলোকে অৱগত কৰোৱাৰ পদক্ষেপ– অধ্যক্ষ দৈমাৰী পর্যায়ক্রমে ডিমা হাছাও–কার্বি আংলং–ডিব্রুগড়–তিন ধৰি জিলাই জিলাই অনুষ্ঠিত হ’ব বিধানসভা গুৱাহাটীৰ বাহিৰতো ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ দৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন৷ বিধায়িনী প্রক্রিয়া সম্পর্কে সকলোকে অৱগত কৰোৱাৰ লক্ষ্য আগত ৰাখিয়েই গুৱাহাটীৰ বাহিৰতো বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ

প্ৰেম প্ৰতাৰণাৰ প্ৰতিশোধ! বোমাৰে উৰুৱাই দিলে প্ৰাক্তন প্ৰেমিকাৰ স্ৱামীক

প্ৰেম প্ৰতাৰণাৰ প্ৰতিশোধ! বোমাৰে উৰুৱাই দিলে প্ৰাক্তন প্ৰেমিকাৰ স্ৱামীক

প্ৰেম প্ৰতাৰণাৰ প্ৰতিশোধ! বোমাৰে উৰুৱাই দিলে প্ৰাক্তন প্ৰেমিকাৰ স্ৱামীক। বিয়াৰ দিনাই উপহাৰ হিচাপে হোম থিয়েটাৰ মিউজিক চিষ্টেমত ভৰাই দিছিল বোমা। বিয়াৰ উপহাৰ হিচাপে পোৱা হোম থিয়েটাৰ মিউজিক চিষ্টেমটো প্লাগ ইন কৰাৰ লগে লগে বিস্ফোৰণ ঘটে। থিতাতে নিহত হয় দৰাৰ লগতে তেওঁৰ ককায়েকৰৰ। বিস্ফোৰণত আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। হোম

সৌন্দর্য বঢ়াবলৈ ৭০০ জনী গাধৰ গাখীৰেৰে স্নান কৰা ৰাণীজনী

সৌন্দর্য বঢ়াবলৈ ৭০০ জনী গাধৰ গাখীৰেৰে স্নান কৰা ৰাণীজনী

সকলোৱে নিশ্চয় ৰাণী আৰু ৰাজকুমাৰৰ বহুতো কাহিনী শুনিছে, যিয়ে নিজৰ শক্তি আৰু বুদ্ধিমত্তাৰ বলত বিশ্বত নিচৰ ধ্বজা উৰুৱাইছিল, কিন্তু ইয়াৰ মাজতে এনে এগৰাকী ৰাণী আছিল, যি অতিকৈ ধুনীয়া আৰু অধিক বুদ্ধিমান। তেওঁ অকলে শাসন কৰি আহিছিল। সেই ৰাণীজনীৰ নাম হৈছে ক্লিওপেট্ৰা। ক্লিওপেট্ৰাই খ্ৰীষ্টপূৰ্ব ৫১ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩০ লৈকে প্ৰাচীন

মাটি মাহৰ দাইল খোৱাৰ পৰা বিৰত থাকিব এইসকল মানুহে…..

মাটি মাহৰ দাইল খোৱাৰ পৰা বিৰত থাকিব এইসকল মানুহে…..

দাইল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। প্ৰ’টিনকে ধৰি বহুতো পুষ্টিকৰ উপাদান দাইলত পোৱা যায়, যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। আনহাতে, মাটি মাহৰ দাইলত উপকাৰী আঁহ, প্ৰ’টিন, ভিটামিন, তাম, ফলেট, ভিটামিন চি, পটাছিয়াম আদি পোৱা যায়, ইয়াক খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। কিন্তু কমসংখ্যক