Year: 2023

শ্ৰীকৃষ্ণই পঞ্চপাণ্ডৱৰ আগত কলিযুগৰ ভবিষ্যৎবাণী কৰিছিল এনেদৰে

শ্ৰীকৃষ্ণই পঞ্চপাণ্ডৱৰ আগত কলিযুগৰ ভবিষ্যৎবাণী কৰিছিল এনেদৰে

যেতিয়া মহাভাৰতৰ যু্দ্ধ সমাপ্ত হ’ল। পাণ্ডৱৰ জয় হ’ল, কৌৰৱৰ পৰাজয়। ভগৱান শ্রীকৃষ্ণই জ্যেষ্ঠ পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক ক’লে— ( Religious Studies ) কৃষ্ণ : “ধৰ্মৰাজ..! যুদ্ধৰ অন্ত পৰিল। ধৰ্মৰ জয় হ’ল, অধৰ্মৰ বিনাশ হ’ল। এতিয়া আপোনালোকে ৰাজ-অভিষেকৰ আয়োজন কৰক…!” যুধিষ্ঠিৰ : “বাসুদেৱ! যুদ্ধত আত্মীয়-সজ্জন, মিত্র-বৈৰী, অনেক ক্ষত্রিয়ৰ প্রাণ নাশ হ’ল।