নগাঁৱত সৰিয়হ ডুলিতে ভূট ৷ আৰক্ষীৰ বিষয়া-জোৱানে গিজগিজাই থকা পুলিচ ৰিজাৰ্ভৰ চৰকাৰী আৱাসতে চোৰৰ চাফাই অভিযান ৷ পুলিছ ৰিৰ্জাভৰ সুৰেশ বৰা নামৰ কনিষ্টবলজনৰ আৱাসত চোৰে চলালে লুটপাত ৷ চৰকাৰী আৱাসটোৰ দজ্জা ভাঙি চোৰে মূল্যবান সা-সম্পত্তি লুট কৰি নিয়াৰ লগতে ঘৰৰ ভিতৰৰ বহু সামগ্ৰী ভাঙি ক্ষতিসাধন কৰে চুৰিকাণ্ড সংঘটিত হোৱাৰ সময়ত
Year: 2023
শোণিতপুৰ জিলাত নগাঁও আৰক্ষীৰ অভিযান। নগাঁও আৰক্ষীয়ে আটক কৰিছে ৩চোৰাং চিকাৰীক। বাগৰিৰ গঁড় হত্যাৰ লগত জড়িতৰ সন্দেহ আৰক্ষীৰ। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৩ চোৰাং চিকাৰীৰ পৰিচয়। This is a Breaking News Story More details will be added soon.
নগাঁৱত চাব জুনিয়ৰ হকি খেলৰ বটা বিতৰনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ যুৱ কল্যান বিভাগৰ সম্পাদক গীৰ্তাথ গোস্বামী। নগাৱঁৰ নুৰুল আমিন খেলপথাৰত অনুষ্ঠিত হোৱা চাব জুনিয়ৰ হকি খেলৰ বটা বিতৰনী সভাখন আজি অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে কলিয়াবৰ হকি টীমে,দ্বিতীয় স্থান দখল কৰে গুৱাহাটী আৰু তৃতীয় স্থান
ৰুটি মানুহৰ খাদ্যাভ্যাসৰ এক অংশ। উত্তৰ ভাৰতত ৰুটি অবিহনে মানুহৰ পেট নভৰে। কিছুমান অঞ্চলত ৰুটিক চাপতি বুলিও কোৱা হয়। আনহাতে, ইয়াক ইংৰাজী ৰুটি বুলি কোৱা হয়। ৰুটি বনোৱা এটা সাধাৰণ প্ৰক্ৰিয়া। আটাখিনি পানীৰ সৈতে মিহলি কৰি ৰখা হয়। পিছত গ্ৰীডলত আৰু তাৰ পিছত পোনে পোনে জুইৰ শিখাত বেক কৰাৰ পিছত
এটা কাৰ্যালয়ত চকী এখনক লৈ হোৱা কাজিয়াই হ’ল কাল। গুৰুগ্ৰামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীক এখন চকীৰ বাবেই তেওঁৰ সহকৰ্মীয়ে গুলীয়াই গুৰুতৰভাৱে আঘাত কৰে। ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰা আৰু অস্ত্ৰ আইনৰ ২৫-৫৪-৫৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত লোকজন হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা অমন জাংৰা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ