মনে বিচৰাজনৰ লগত এক স্বাস্থ্যকৰ আৰু সফল সম্পৰ্ক সকলোৰে কাম্য। কোনো এটা সম্পৰ্ক সফলভাৱে অটুট ৰক্ষাৰ ক্ষেত্ৰত অন্তৰংগতা আৰু বিশ্বাস হৈছে দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক। অন্তৰংগতাৰ ফলত গঢ় লোৱা গভীৰ আৱেগিক সংযোগে আপোনাক আৰু আপোনাৰ সঙ্গীক ইজনে সিজনৰ প্ৰতি অধিক দুৰ্বল কৰি তোলে।বিশ্বাসে দুজন লোকৰ মাজত যোগাযোগ আৰু বুজাবুজিৰ মাধ্যম
Year: 2023
দেহত অতিমাত্ৰা চৰ্বি জমা হোৱাৰ ফলত সৃষ্টি হোৱা শাৰীৰিক সমস্যাই হৈছে মেদবহুলতা।বৰ্তমান অধিকাংশ লোকেই এই মেদবহুলতাৰ চিকাৰ হ’বলগীয়া হৈছে। মেদবহুলতাৰ ফলত মধুমেহ, উচ্চ ৰক্তচাপ, কৰ্কট, হৃদৰোগ, নিদ্ৰাৰ বিকাৰ, মাহেকীয়াৰ বিসংগতি, সন্তানহীনতাকে ধৰি বহু ৰোগত অতি সহজে আমি আক্ৰান্ত হওঁ। মেদবহুলতাৰ প্ৰধান কাৰণ হ’ল অতিমাত্ৰা খোৱা।পিছে, কিছুমান বিশেষ খাদ্য খাই কিন্তু
বহু বিশেষজ্ঞই বিশ্বাস কৰে যে, নাকলৈ চাই এজন ব্যক্তিৰ চৰিত্ৰৰ বৈশিষ্ট্য আৰু ব্যক্তিত্বৰ বিষয়ে বহু কথা জানিব পাৰি।এই বিষয়ে আপুনি বিশ্বাস কৰে নে নকৰে সেয়া অৱশ্যে সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব।আজি এই লেখাত আপোনাক বিভিন্ন নাকৰ আকৃতি আৰু সেইবোৰে ব্যক্তিজনৰ বিষয়ে কি বুজায় তাৰ বিষয়ে জনাম।আপুনিও আপোনাৰ নাকৰ আকৃতি কি
হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম ভগৱান শ্ৰী গণেশ। ভাৰতৰ সকলো ঠাইতে সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম তথা ভাৰতৰ বাহিৰতো ব্যাপকভাৱে গণেশৰ আৰাধনা কৰা হয়।পুৰাণত উল্লেখিত বিৱৰণ অনুসৰি, ভগৱান শিৱ আৰু পাৰ্বতীৰ জ্যেষ্ঠ পুত্ৰ গণেশ। ভগৱান গণেশক বিঘ্নহৰ্তা বুলি জনা যায়,
মহাশিৱৰাত্ৰি ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি আৰু চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে। ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। চলিত বৰ্ষৰ মহাশিৱৰাত্ৰি ১৮ ফেব্ৰুৱাৰী, শনিবাৰে পালন কৰা হ’ব।