দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে বৃদ্ধি পাছতে প্ৰদুষণ ৷ মহানগৰ খনৰ আকাশ হৈ পৰিছে ধূসৰ । যাৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে মহানগৰবাসীৰ শ্বাস-প্ৰশ্বাস জনিত বিভিন্ন উপসৰ্গ । বৰষুণৰ
Year: 2023
বিগত ১৫ জানুৱাৰীত ইঞ্জিন বিকল হোৱাৰ বাবেই দুৰ্ঘটনাগ্ৰস্ত হৈছিল নেপালৰ বিমানখন । তদন্তকাৰীয়ে জনোৱা মতে, তেওঁলোকে য়েটি এয়াৰলাইন্সৰ বিমানখনৰ ব্লেক বক্সটো পৰীক্ষা কৰে । তদন্ত সমিতিৰ মতে, এটিআৰ-৭২ বিমানখনৰ ফ্লাইট ডাটা ৰেকৰ্ডাৰ আৰু ককপিট
ইছলাম আৰু খ্ৰীষ্টানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য দিয়াৰ বাবে বিপদত পৰিছে বাবা ৰামদেৱ৷ যোগগুৰুজনৰ বিৰুদ্ধে ৰাজস্থানত এজাহাৰ দাখিল ৷ উল্লেখ্য যে দুই ফেব্ৰুৱাৰীত পূৰ্বে যোগ গুৰু বাবা ৰামদেৱে ৰাজস্থানৰ বাৰমেৰ জিলাত সাধু- সন্ন্যাসী
বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ মাজতে মহানগৰীৰ মাজমজিয়াত সংঘটিত হ’ল এক জঘন্য ধৰ্ষণ ঘটনা। লম্পটৰ বলি এগৰাকী ১৩ বছৰীয়া কিশোৰী ৷ এই ঘটনা সংঘটিত হৈছে বিৰুবাৰীত ৷ দিগন্ত
মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব মহাদেৱৰ সুউচ্চ মূৰ্তি৷ নলবাৰী খাৰঝাৰা আশ্ৰমৰ নিচেই কাষতে নিৰ্মীয়মাণ অৱস্থাত আছে ৯১ ফুট উচ্চতাৰ উত্তৰ–পূব ভাৰতৰ সূউচ্চ এই মূৰ্তিটো৷ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান