শেষৰ ৰোগীগৰাকীক চাবলৈ সাজু হৈছেছা৷ এনেতে এগৰাকী মাক জীয়েকৰ সৈতে ভিতৰলৈ সোমাই আহিল৷ দুর্বল, শেঁতা পৰা ছোৱালীজনী দেখিয়েই বুজিলোঁ ৰোগী মাক নহয়, ছোৱালীজনীহে৷ ‘কি হ’ল তাইৰ?’ মোৰ প্রশ্ণৰ উত্তৰত মাকগৰাকীয়ে কান্দোনভৰা মাতেৰে ক’লে– ছাৰ তিনি মাহ ধৰি এইৰ স্রাৱ গৈয়েই আছে৷ শান্তি হোৱা দিন ধৰি স্রাৱ বন্ধই হোৱা নাই৷ সৰু
Year: 2023
বয়স বৃদ্ধিৰ লগে লগে চুলি পকা স্বাভাৱিক । কিন্তু সম্প্ৰতি কম বয়সতে অনেকৰ মূৰৰ চুলি পৰা দেখা যায় । কিন্তু কি কাৰণত কম বয়সতে চুলি পকে জানেনে ? ইয়াৰ মূলতে আছে তিনিটা বৃহৎ কাৰণ । জানি লওক সেই কাৰণবোৰনো কি ১) আমিষ খাদ্যই শৰীৰৰ পুষ্টি জোগোৱাত সহায় কৰে । কিন্তু
কম বয়সতে বা বাত নাই যদিও শীতকালত পুৱা শোৱাৰ পৰা উঠি অনুভৱ কৰে যে শৰীৰৰ বিভিন্ন অংশত বিষ হৈছে । হাতৰ আঙুলি, ভৰি ভাঁজ কৰাত সমস্যা হয় । চিকিৎসকৰ মতে, যিসকলৰ আর্থাৰাইটিছ আছে, তেওঁলোকৰ এই সমস্যা নতুন নহয় । কিন্তু সাধাৰণতে এই বিষৰ কাৰণ হ’ব পাৰে শাৰীৰিক সক্রিয়তাৰ অভাৱ ।
মানুহে আন্ধাৰতো সুখ বিচাৰিব পাৰে যদিহে তেওঁ নিজেই বিচাৰে ৷ যদি আপোনাৰ সংগীয়েও পোহৰত যৌন সম্পৰ্ক স্থাপন কৰিবলৈ নিবিচাৰে বা পোহৰত তেওঁ নিজৰ শৰীৰটো দেখুৱাবলৈ নিবিচাৰে, তেনে ক্ষেত্ৰতো বহু কাৰণ থাকিব পাৰে । শৰীৰক লৈ অসুৰক্ষিত অনুভৱ, যৌন সম্পৰ্কীয় ভিন্ন অলাগতীয়াল কথা, শোৱনি কোঠাৰ পৰিৱেশ আৰু যৌন উত্তেজনাকে আদি হৈছে
স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ, সঠিক সময়ত সঠিক খাদ্য খোৱা প্ৰয়োজন। ওজন হ্ৰাস শেহতীয়াকৈ নতুন প্ৰৱণতাৰ এটা অংশ হৈ পৰিছে। সেইদৰে আজিকালি বৈবাহিক জীৱন সুখকৰ কৰি তুলিবলৈও বহুতে এটা নিৰ্দিষ্ট ডায়েট প্লেন ফলো কৰি আহিছে। যদি আপুনি ডায়েট চাৰ্টখন ভালদৰে মেইনটেইন কৰিব পাৰে তেন্তে আপুনি বিবাহৰ পিছত শাৰীৰিক সুখ অনুভৱ কৰিব