Year: 2023

ইউপিপিএলৰ প্ৰতি মোহভংগ বিটিচিৰ জনতাৰ!বিপিএফলৈ ঢাপলি ইউপিপিএল-বিজেপি নেতা-কৰ্মীৰ…

ইউপিপিএলৰ প্ৰতি মোহভংগ বিটিচিৰ জনতাৰ!বিপিএফলৈ ঢাপলি ইউপিপিএল-বিজেপি নেতা-কৰ্মীৰ…

ইউপিপিএলৰ প্ৰতি মোহভংগ বিটিচিৰ জনতাৰ।বিপিএফলৈ ঢাপলি ইউপিপিএল-বিজেপি নেতা-কৰ্মীৰ।বিজনীত প্ৰায় ডেৰশ বিজেপি-ইউপিপিএলৰ নেতা কৰ্মীৰ বিপিএফত যোগদান। বিজেপিৰ নেতা বিজেন বসমুতাৰী বিপিএফত যোগদান,যোৱা বিটিআৰৰ সুভাইঝাৰ পাৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী আছিল বসমুতাৰীয়ে।

কাহিলিপাৰাত এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ ওপৰত বীৰত্ব যুৱকৰ..

কাহিলিপাৰাত এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ ওপৰত বীৰত্ব যুৱকৰ..

মহানগৰীৰ মাজমজিয়াৰ কাহিলাপাৰাত দিন দুপৰতে এগৰাকী বৃদ্ধাক ৰাজপথৰ ওপৰতে এজন যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সদাব্যস্ত ৰাজপথৰ ওপৰত বয়োজ্যেষ্ঠা মহিলা গৰাকীক যুৱকজনে পেলাই লৈ থেকেচি থেকেচি প্ৰহাৰ

মহানগৰীত বাইকত অহা দুৰ্বৃত্তই থপিয়াই নিলে পাঁচ লাখ টকা

মহানগৰীত বাইকত অহা দুৰ্বৃত্তই থপিয়াই নিলে পাঁচ লাখ টকা

স্মাট আৰক্ষীক চেলেন্স দি মহানগৰীত অপৰাধীয়ে নিবিঘ্নে অব্যাহত ধন লুটৰ ঘটনা ৷ইটোৰ পাছত সিটোকৈ ধন লুটৰ ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা দুৰ্বৃত্তকাৰীক ৷ শুক্ৰবাৰে মহানগৰীৰ