Year: 2023

আজমলক মুছলিম যুৱকক ক্ষমা খুজিবলৈ আহ্বান…

আজমলক মুছলিম যুৱকক ক্ষমা খুজিবলৈ আহ্বান…

আজি বিয়লি ধুবুৰীৰ ৰাজীৱ ভৱনত সংবাদ মেল সম্বোধন কৰে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ আব্দুল হামিদে। সংবাদ মেলখনত ধুবুৰীৰ স্থানীয় সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলৰ সাম্প্রতিক এক মন্তব্যক

সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ..

সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ..

যোৰহাট জিলাৰ মৰিয়নীত মঙলবাৰে নিশা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সুৰাৰ বটলেৰে এগৰাকী মহিলাক আক্ৰমণ কৰে এজন যুৱকে। মৰিয়নীৰ থানা তিনি আলিৰ মেজিক ষ্টেণ্ডৰ সমীপত সংঘটিত হয় এই অনাকাংক্ষিত ঘটনা।

12 দিনৰ পিচতো সন্ধান ওলোৱা নাই ৰুকছানাৰ…

12 দিনৰ পিচতো সন্ধান ওলোৱা নাই ৰুকছানাৰ…

ৰাজ্যজুৰি সঘনাই ছাত্ৰ-ছাত্ৰী অপহৰণৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত এগৰাকী নাবালিকাক বিদ্যালয়ৰ পৰা অপহৰণ কৰা খবৰ পোহৰলৈ অহাৰ পিচতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । লক্ষীগঞ্জ আৰক্ষী চকীৰ

মহম্মদ ছামিৰ বল বন্দুকৰ গুলী

মহম্মদ ছামিৰ বল বন্দুকৰ গুলী

২০২৩ চনৰ বিশ্বকাপত মহম্মদ ছামিয়ে তেওঁৰ ভয়াৱহ বলিঙৰ পিছত ধাৰাবাহিকভাৱে প্ৰশংসা লাভ কৰি আহিছে। ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ৪টা উইকেট দখল কৰি দলটোৰ মুঠ ২৩০ ৰান ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল

ইংলেণ্ডৰ প্ৰশাসনিক বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ অসম কন্যা প্ৰিয়ম ডেকা

ইংলেণ্ডৰ প্ৰশাসনিক বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ অসম কন্যা প্ৰিয়ম ডেকা

ইংলেণ্ডৰ প্ৰশাসনিক বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ অসম কন্যা প্ৰিয়ম ডেকা। এইবাৰ ইউনাইটেড কিংদম চিভিল চাৰ্ভেণ্ট পৰীক্ষাত গৌৰৱেৰে উত্তীৰ্ণ হৈছে প্ৰিয়ম ডেকা। উল্লেখযোগ্য যে এই বছৰ এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰিয়ম হৈছে