Year: 2023

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চুপাৰি, বিদেশী চিগাৰেটসহ এজনক আটক

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চুপাৰি, বিদেশী চিগাৰেটসহ এজনক আটক

তিনিচুকীয়া ৰে’লৱে ষ্টেচনত RPF-ৰ অভিযান। বৃহৎ পৰিমাণৰ চুপাৰি, বিদেশী চিগাৰেটসহ এজনক আটক। অভিযানত জব্দ ১ কুইণ্টল চুপাৰি, ৫০ বাণ্ডিল পেৰিজ চিগাৰেট, ৪৮ বাণ্ডিল উইনচ্‌ চিগাৰেট।

আজি পবিত্ৰ কৰম পূজা!

কৰম পূজা মূলতঃ অসমৰ চাহ জনগোষ্ঠীসকলৰ মাজত উদযাপন কৰা জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। ই এক কৃষিভিত্তিক পৰ্ব। অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত অতি উলাহ-মালহেৰে পালন কৰা হয় এই উৎসৱ। ইতিমধ্যে

বিবাহ সম্পন্ন হ’ল পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ

বিবাহ সম্পন্ন হ’ল পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহপাশত আবদ্ধ হ’ল বলীউডৰ অভিনেত্ৰী পৰিণীতি চৌপ্ৰা আৰু আপৰ নেতা ৰাঘৱ চড্ডা।দেওবাৰে উদয়পুৰৰ লীলা পেলেচত বিবাহৰ বান্ধোনত বান্ধ খালে দুয়ো।

এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ

এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ

অভিলেখ!এছিয়ান গেমছত প্ৰথমটো স্বৰ্ণ পদক লাভ ভাৰতৰ। ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰে। এছিয়ান গেমছৰ পদক তালিকাৰ পঞ্চম স্থানত ভাৰত। বৰ্তমানলৈকে ১১টা পদক লাভ কৰিছে ভাৰতে। ইয়াৰ

গোলাঘাট: ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত

গোলাঘাট: ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত

গোলাঘাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ট্ৰাকত অহা অচিনাক্ত দুৰ্বৃত্তই কাটি থৈ গল এজন যুৱকৰ হাত 🔷 দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে পিতৃক কৃত্ৰিম হাত এখনহে লগাই দিবলৈ পৰামৰ্শ আৰক্ষীৰ।