Advertisement

Year: 2023

পুনৰ বাঢ়িব ‘অৰুণোদয়’ ৰ ধন…

পুনৰ বাঢ়িব ‘অৰুণোদয়’ ৰ ধন…

অৰুণোদয় হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা। ৩০০০ টকালৈ অৰুণোদয় ধন বৃদ্ধি কৰাৰ পৰিকল্পনা চৰকাৰৰ। ২০২৬ৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীক দিয়া হ’ব এই ধন।

গুৱাহাটী-আগৰতলা অভিমুখী বিমানত মাজ আকাশত দুৱাৰ খোলাৰ চেষ্টা যাত্ৰীৰ

গুৱাহাটী-আগৰতলা অভিমুখী বিমানত মাজ আকাশত দুৱাৰ খোলাৰ চেষ্টা যাত্ৰীৰ

গুৱাহাটীৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ যাত্ৰা কৰা এখন ইণ্ডিগ’ বিমানত সংঘটিত হৈছে এই ঘটনা। বিমানখন উৰা মৰাৰ ঠিক কিছু সময়ৰ পাছতে মাজ আকাশত হঠাৎ ৪১ বছৰীয়া যাত্ৰীগৰাকীয়ে দুৱাৰখন খুলিবলৈ চেষ্টা কৰে।

শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উপলক্ষে অহা ২৪ ছেপ্টেম্বৰত ড্ৰাই দে’ ঘোষণা

শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উপলক্ষে অহা ২৪ ছেপ্টেম্বৰত ড্ৰাই দে’ ঘোষণা

ৰাজ্যৰ আবকাৰী বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, অহা ২৪ ছেপ্টেম্বৰত ড্ৰাই দে’ ঘোষণা 🔷 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি উপলক্ষে এই সিদ্ধান্ত। 🔷 আছাম এক্সাইছ ৰুলছ-২০১৬ ৰ ৰুলছ-৩২৬ (বি)ৰ অধীনত এই নিৰ্দেশনা। 🔷

এইবোৰ খাদ্যই দৃষ্টি শক্তি অটুট ৰখাত সহায় কৰে

এইবোৰ খাদ্যই দৃষ্টি শক্তি অটুট ৰখাত সহায় কৰে

জিংক, তাম, ভিটামিন চি, ভিটামিন ই আৰু বিটা কেৰ’টিন চকুৰ বাবে পক্ষে খুবেই দৰকাৰী৷ আনহাতে অ’মেগা ৩ ফেটি এচিড, তাম, লুটিন আৰু জোন্থিন আদিও চকুৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ মাছঃ অধিকাংশ

খালী পেটতে এটাকৈ আপেল খালেও পাব অনেক সুফল

খালী পেটতে এটাকৈ আপেল খালেও পাব অনেক সুফল

আপেল স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ই পুষ্টি গুণৰ ভঁৰাল৷ সেয়েহে বিশেষজ্ঞসকলে প্ৰতিদিনে এটাকৈ আপেল খোৱাৰ পৰামৰ্শ দিছে৷ খালী পেটতে এটাকৈ আপেল খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি৷ আপেলত প্ৰটিন,