ৰাজ্যত মূষলধাৰ বৰষুণৰ বাবে ধেমাজিৰ চিলাপথাৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। ৩০ খনতকৈয়ো অধিক গাঁও বানত বেয়াকৈ বিধ্বস্ত হৈছে। গাই নৈ আৰু বেওৰা নৈৰ বানৰ কবলত বিধ্বস্ত হৈছে আমগুৰি গাঁও
Year: 2023
শ্বিলঙৰ জ্যেষ্ঠ সাংবাদিক লেখক পেট্ৰিচিয়া মুখিমে অসমৰ পৰা যোৱা পৰ্যটকে শ্বিলং-মেঘালয় লেতেৰা কৰে বুলি কোৱা কথাষাৰ ব্যাপক চৰ্চিত হৈছে। তেখেতৰ বক্তব্য অনুসৰি অসমৰ পৰা যোৱা পৰ্যটকে ঘৰৰ পৰাই মেগী লৈ
২৩ আগষ্ট,২০২৩ ভাৰতৰ বাবে এক বিশেষ দিন। এই দিনটোতেই ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩ৰ সফল অৱতৰণ হয় চন্দ্ৰপৃষ্ঠত। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) মুৰব্বী এছ. সোমনাথে চন্দ্ৰযান-৩ৰ সফলতাত আনন্দ প্ৰকাশ কৰে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগ্ছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে ড্ৰাগ আসক্তৰ এখন ভয়ংকৰ ছবি উন্মোচন হৈছে৷ নিচাৰ বাবে ড্ৰাগ আসক্তই একেটা ছিৰিঞ্জ ব্যৱহাৰ কৰাৰ লগতে অসুৰক্ষিত যৌন সম্পৰ্কৰ
তিতাবৰ লেটেকুজানত আদিবাসী মহিলা সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ।চাহ বাগিছাৰ শ্ৰমিক আৰু ফেক্ট্ৰৰি সমূহত কৰ্মৰত শ্ৰমিকৰ সুৰক্ষা প্ৰদানৰ দাবীত এই প্ৰতিবাদ । চাহ ফেক্টৰি সমুহত কোনো সুৰক্ষাৰ ব্যৱস্থা