🔹তেজপুৰ কছাৰীগাঁৱত চিকিৎসকৰ আত্মহননৰ ঘটনা। ডা° ৰৌনক প্ৰজাপত নামৰ চিকিৎসকৰ চূড়ান্ত সিদ্ধান্ত। জন মিছামাৰী উপস্বাস্থ্যকেন্দ্ৰত কৰ্মৰত আছিল চিকিৎসকগৰাকী। মাতৃৰ সৈতে ভাড়াঘৰত আছিল চিকিৎসকগৰাকী।
Year: 2023
ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত জব্দ ১০০টা কণ্টেইনাৰসহ ১৩ গ্ৰাম হেৰ’ইন । আটক মুন আলী নামৰ ড্ৰাগছ ব্যৱসায়ীক। অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
চিয়াং নদীত অঘটন। চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ।ব’লবম উপলক্ষে চিয়াং নদীত গা ধুবলৈ কানায়া চাহানী আৰু গলু চাহানী নামৰ দুই কিশোৰ। ইয়াৰ পাছতে দুয়ো সন্ধানহানী হৈ পৰে।সন্ধানহীন
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিছে ফটো কেইখন । চন্দ্ৰপৃষ্ঠত প্ৰত্যাশিত ছফ্ট লেণ্ডিঙৰ দুদিন পূৰ্বে এই ফটোবোৰ উন্মোচন কৰা হৈছে। ইয়াৰ লগে লগে বিশ্বজুৰি বৈজ্ঞানিক মহলত ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে
🔵ভূতনাথৰ পৰা গ্ৰেপ্তাৰ চোৰ আইনুল ইছলামক 🔵চোৰটোৰ পৰা জব্দ ৬টাকৈ চুৰি ম’বাইল 🔵দীৰ্ঘদিনে হাতীগাঁৱত সন্ত্ৰাস চলাইছিল আইনুলে