ক্ৰিকেটৰ লগতে মহেন্দ্ৰ সিং ধোনিৰ যে চিনেমাৰ প্ৰতিও অনুৰাগ আছে সেই কথা অজানা নহয়৷ চিনেমাৰ প্ৰতি থকা আগ্ৰহৰ বাবেই ‘ধোনি এণ্টাৰটেইনমেণ্ট’ নামেৰে চিনেমাৰ প্ৰযোজনা প্ৰতিষ্ঠান এটা খুলিছিল বিশ্বকাপজয়ী ভাৰতীয় অধিনায়কজনে৷
Year: 2023
ব্যস্ততাপূৰ্ণ জীৱনত কামৰ ভাৰ বেছি হ’লে আৰু পৰ্যাপ্ত বিশ্রাম নোপোৱাৰ ফলত মানুহে বেছিকৈ ভাগৰ অনুভৱ কৰিবলৈ লয়। আপুনিও যদি সামান্য পৰিশ্ৰম কৰিলেই অতিশয় ভাগৰুৱা হৈ পৰে, তেন্তে নিম্নোক্ত যোগাসন নিয়মিতভাৱে
পৰিশ্ৰম আৰু অধ্যাৱসায় থাকিলে কোনো কামেই অসম্ভৱ হ’ব নোৱাৰে৷ পৰিশ্ৰমৰ জৰিয়তে সকলোৱে টকা-পইচা উপাৰ্জন কৰিব পাৰে৷ কিন্তু ধনী হোৱাটো সহজ নহয়৷ ধনী হ’বলৈ হ’লে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়৷
নেমু টেঙাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট ফ্লেভোনয়েড সমৃদ্ধ। সেই বাবে কোষসমূহ ক্ষতিসাধন ‘হোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ কোষসমূহ সুৰক্ষিত হৈ নাথাকিলে অংগ-প্রত্যংগসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব নোৱাৰে। শৰীৰত সৃষ্টি হোৱা
কিছুমান ভেষজ উপাদানে স্বাস্থ্যৰ উপকাৰ কৰে৷ এনে এবিধ ভেষজ হৈছে চিৰতা৷ বহুতেই চিৰতাৰ নাম শুনিলেই বিৰক্তিবোধ কৰে৷ চিৰতাৰ সোৱাদ অতি তিতা৷ পিছে জানি আচৰিত হ’ব যে চিৰতাই বিভিন্ন শাৰীৰিক সমস্যাত