বৃদ্ধি পালে ঔষধৰ খুচুৰা মূল্য। অর্থাৎ প্রয়োজনীয় ঔষধকেইবিধ ক্রয় কৰিবলৈ যাওঁতেও এতিয়াৰ পৰা গ্ৰাহকে ভৰিব লাগিব অধিক ধন। দৈনন্দিন প্ৰায়ভাগ সময়ে ব্যৱহাৰ কৰা ঔষধৰ দামো বৃদ্ধি পাইছে। মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিক
Year: 2023
তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ। গুলীবিদ্ধ আলফাৰ লিংকেমন জুমন বৰা।জুমনৰ বাওঁভৰি আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত। বৰ্তমান জুমন তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।খবৰ অনুসৰি, জুমনৰ জৰিয়তে আৰক্ষীয়ে শনিবাৰে উদ্ধাৰ কৰিছিল বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।যোৰহাট আৰু
মণিপুৰত বিবস্ত্ৰা কৰা দুই মহিলাই কেন্দ্ৰৰ বিৰুদ্ধে দাখিল কৰিলে আবেদন।মণিপুৰ চৰকাৰৰ বিৰুদ্ধে দাখিল কৰে আবেদন। আজি উচ্চতম ন্যায়ালয়ে দুই মহিলাৰ আবেদনৰ ভিত্তিত কৰিব শুনানি। উল্লেখ্য যে, ১৯ জুলাইত মণিপুৰৰ দুই
পুৱাই মুম্বাই-জয়পুৰ এক্সপ্ৰেছত গুলীচালনা। চলন্ত ৰে’লতে গুলীত নিহত কমেও চাৰিজন লোক। নিহতসকলৰ ভিতৰত এজন আৰ পি এফৰ সহকাৰী উপ পৰিদৰ্শক বুলি জানিব পৰা গৈছে। বাকী তিনিজন যাত্ৰী। আৰ পি এফৰ
-বঙাইগাঁও জিলাৰ বৃহত্তৰ মানিকপুৰ অঞ্চলত বিছাৰ সন্ত্ৰাস 🔷 খেতি পথাৰ তহিলং কৰি ঘৰে ঘৰে সোমাইছে ৰঙা বিছা। 🔷 মৰাপাটৰ খেতি, ধাননি পথাৰ, দমকল, বিছনা, চকী সকলোতে বিছা। 🔷 বিছাৰ বাবে