Year: 2023

নগাঁও জিলাৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা মন্ত্ৰী জয়ন্ত মল্লৰ

নগাঁও জিলাৰ জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ ওপৰত পৰ্যালোচনা মন্ত্ৰী জয়ন্ত মল্লৰ

নিউজ ব্যুৰ’,নগাঁও,১৫জুলাই :– জনস্বাস্থ্য কাৰিকৰী বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ তথা জিলা জল আৰু স্বচ্ছতা অভিযান(DWSM)-ৰ সকলো বিষয়াৰ সৈতে এখন বৈঠকত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শনিবাৰে নগাঁও জিলাৰ

গোলাঘাটত ১২ বছৰীয়া কিশোৰীৰ দেহত জাপানীজ এনকেফেলাইটিছ, আতংকিত হৈ পৰিছে গাঁওবাসী!

গোলাঘাটত ১২ বছৰীয়া কিশোৰীৰ দেহত জাপানীজ এনকেফেলাইটিছ, আতংকিত হৈ পৰিছে গাঁওবাসী!

গোলাঘাট জিলাৰ মৰঙি স্বাস্থ্য খণ্ডৰ অধীনৰ ৩নং ভোলাগুৰি গাঁৱত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে ৷ গাওঁখনৰ এগৰাকী ১২ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত ৷ বৰপথাৰ চুকলি

দেশজুৰি চৰ্চা লাভ কৰিছে মুক্তিৰ অপেক্ষাত থকা এই বিশেষ ছবিখনে

দেশজুৰি চৰ্চা লাভ কৰিছে মুক্তিৰ অপেক্ষাত থকা এই বিশেষ ছবিখনে

ছবিখনৰ নাম ‘জৱান’। হয়, বলীউডৰ কিং খান শ্বাহৰুখ খানৰ বহু চৰ্চিত ছবি ‘জৱান’। নাম ঘোষণাৰ দিনৰ পৰা বৰ্তমানলৈকে ছবিখনক লৈ চৰ্চা সমানেই চলি আছে। শেহতীয়াকৈ ‘জৱান’ৰ এখন প’ষ্টাৰ মুকলি হৈছে।

দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল

দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল

শনিবাৰে ডুৰাণ্ড কাপৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় মহানগৰীৰ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত। অসম চৰকাৰৰ সহযোগত আৰু সশস্ত্ৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ট্ৰফী উন্মোচনী অনুষ্ঠানত ক্ৰীড়া আৰু

মহানগৰীত অসমীয়াত কথা কোৱা বাবে হোটেল কৰ্মচাৰীক মাৰপিট এদল যুৱকৰ

মহানগৰীত অসমীয়াত কথা কোৱা বাবে হোটেল কৰ্মচাৰীক মাৰপিট এদল যুৱকৰ

শনিবাৰৰ নিশা ১ বাজি ৩০ মিনিটত খ্ৰীষ্টানবস্তিত থকা বাৰ্বী হোটেল এণ্ড ফাষ্টফুডত এই ঘটনা ঘটে। জানিব পৰা মতে, এখন মহিন্দ্ৰা থাৰ বাহনেৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে বাৰ্বী হোটেল এণ্ড