গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এক জঘন্য ঘটনা। নিজৰ সন্তানক হত্যা কৰিলে মাতৃয়ে। প্ৰেমৰ বাবেই ডেৰ-দুবছৰীয়া সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাৰ বিৰুদ্ধে। সন্তানটিক হত্যা কৰাৰ পিছত নিজেই থানাত
Year: 2023
কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে আবকাৰী নীতিৰ ধন সৰবৰাহৰ গোচৰত চিছ’দিয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত ইতিপূৰ্বে বিচাৰ আদালতে জামিন নাকচ কৰি দিয়া আদেশক দিল্লী উচ্চ ন্যায়ালয়ে যুক্তিযুক্ত বিবেচনা কৰে আৰু
পৰম্পৰাগত গোটত জগদীশ ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।ভিয়েটনাম, থাইলেণ্ড, হংকং, ইৰাণ আৰু চীনৰ কেইবাজনো প্ৰতিযোগীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দ্বিতীয় এছিয়া যোগাসন চেম্পিয়নশ্বিপৰ ৫০ বছৰৰ গ্ৰুপত ভাৰতৰ হৈ পদক
🔵 ১ জুলাইত নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ পৰা মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিছিল মিথানল ৰপ্তানিৰ। 🔵 দৈনিক ৫০০ টন মিথানল বাংলাদেশ, নেপাল, ভূটান আদি প্ৰতিবেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰাৰ লক্ষ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
গুৱাহাটীস্থিত আই আই টি ৰ ২৫ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰোপৰি তেওঁ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীৰ সৈতেও বাৰ্তালাপত মিলিত হ’ব। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু