নগাঁও,৩০জুন :- আধ্যাত্মিকসত্ত্বাৰ আত্মা স্বৰূপ বৈদিক সনাতন ধৰ্মৰ নীতি আৰু আদৰ্শক সাৰোগত কৰি স্থাপন হোৱা নগাঁও জিলাৰ কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজ,হাতীচোঙৰ বৈদিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত হাতীচোঙৰ সঞ্জীৱনী সংস্কৃত টোল প্ৰাংগণত
Year: 2023
নিউজ ব্যুৰ’,নগাঁও,৩০জুন:–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী ৰাইদঙীয়াৰ অগ্ৰণী সামাজিক সংগঠন “সহোদৰ”ৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা – ২০২৩”এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৃহস্পতিবাৰে প্ৰদান কৰা হয় । এই উপলক্ষে আইভেটি গাঁও পঞ্চায়তৰ
বিশ্বনাথৰ জপৌবাৰীস্থিত চহিদ মাংৰী ওৰাং মৈয়দানত বিশ্বনাথ আদিবাসী সমাজে হুল দিৱস পালন কৰে ৷১৮৫৫ চনৰ পৰা এই হুল দিৱস ৩০ জুন তাৰিখে পালন কৰে ৷এই হুল দিৱস বৃটিছ শাসনৰ
এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰৰ নতুন বজাৰত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷ ৩৭ নং পুৰণি ৰাষ্ট্ৰীয় ঘাইপথৰে অতি দ্ৰুতগতিত অহা AS 23K 4407 নম্বৰৰ এখন বিলাসী
নগাঁৱৰ ছলচলিৰ গুলীচালনাৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ আন এক অভিযুক্তক। গ্ৰেপ্তাৰ হাম এক গ্রুপৰ অধ্যক্ষ হাইদৰ আলী। হাইদৰ আলীৰ বিৰুদ্ধে উত্থাপন হৈছিল গুলীচালনাত জড়িত থকাৰ অভিযোগ। সোমবাৰে নিশা নগাঁৱৰ